কোনো ব্যক্তিয়ে প্রতিদিন পুৱা গধূলি এই দোৱাটো তিনিবাৰ পঢ়িলে একো বস্তুৱে তেওঁক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। অন্য এক বর্ণনাত আছে: পুৱা পঢ়িলে সন্ধিয়ালৈকে অতর্কিত কোনো বিপদত তেওঁ আক্রান্ত নহব। আৰু সন্ধিয়া পঢ়িলে পিছদিনা পুৱালৈকে অতর্কিত কোনো বিপদত তেওঁ আক্রান্ত নহব। [আবু দাউদ: ৫০৯০,তিৰমিজি: ৩৩৮৮,ইবনে মাজাহ:৩৮৬৯]
ﺑِﺴْﻢِ ﺍﻟﻠَّﻪِ ﺍﻟَّﺬِﻯ ﻻَ ﻳَﻀُﺮُّ ﻣَﻊَ ﺍﺳْﻤِﻪِ ﺷَﻰْﺀٌ ﻓِﻰ ﺍﻷَﺭْﺽِ ﻭَﻻَ ﻓِﻰ ﺍﻟﺴَّﻤَﺎﺀِ ﻭَﻫُﻮَ ﺍﻟﺴَّﻤِﻴﻊُ ﺍﻟْﻌَﻠِﻴﻢُ
বিছমিল্লাহিল্লাজি লা ইয়া দুৰৰু মাআছমিহি শ্ভাইয়ূন ফিল আৰদি ওৱালা ফিছ ছামায়ি ওৱাহুৱাছ ছামিউল আলিম।
অর্থ : (মই মোৰ দিন বা ৰাতিৰ সুচনা কৰিছো) সেই আল্লাহৰ নামত যাৰ নামৰ সৈতে আছমান জমিনৰ একো বস্তুৱে কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। তেওঁ সর্বশ্রোতা আৰু সর্বজ্ঞ।

✍✍.. Dr . Arfan Ali