চোৰে নুশুনে ধৰ্মৰ বাণী
বিদাতীয়ে নুশুনে ছহীহ হাদীছৰ বাণী
কাফিৰে নুশুনে ঈমানৰ কাহিনী
মুশ্বৰিকে নুশুনে তৌহিদৰ কাহিনী
ফিৰ্কাধাৰীয়ে নুশুনে আল জামাতৰ কাহিনী।
আল্লাহে কৈছে- সিহঁত বোবা¸ কলা আৰু অন্ধ। গতিকে সিহঁতে (সঠিক পথৰ ফালে) প্ৰত্যাৱৰ্তন নকৰে। (বাকাৰাহ- ১৮)