👉(১)নবী(ছঃ)মে কৈছে “জ্বৰ আহে জাহান্নামৰ তাপৰ পৰা !গতিকে,জ্বৰক পানীৰ দ্বাৰা প্রশমিত কৰা!
📚(সহীহ বুখাৰী,, খন্ড: ৭:অধ্যায় ৭১:হাদীছ নং ৬২১)
👉(২)নবী(ছঃ)মে, কৈছে “যদি কাৰোবাৰ পানীত মাখি পৰি যায়,তেতিয়া মাখিটোক পানিত ডুবাই তাৰ পিছত পান কৰা!কাৰণ,মাখিৰ এক ডানায় আছে ৰোগ,অন্য ডানায় আছে প্রতিকাৰ!
📚(ছহীহ বুখাৰী, 4:54:537)
👉(৩)নবী (ছঃ) মে, কৈছে কালিজীৰা আস- সামস ব্যতিত সর্বৰোগৰ ঔষধ! আইশ্বা (ৰাজি:) জিজ্ঞাসা কৰিলে,আস- সামস কি?নবী (ছঃ)মে উত্তৰত কলে,মৃত্যু!
📚(ছহীহ বুখাৰী ৭:৭১:৫৯১)
👉(৪)নবী( ছঃ) মে,কৈছে ,”যিসকলে ৰূপৰ পাত্ৰত পানী পান কৰে,তেওঁলোকে জাহান্নামৰ আগুন দ্বাৰা তেওঁলোকৰ পেটপুর্ণ কৰে!
📚(ছহীহ বুখাৰী 7:69:538)
👉(৫) নবী (ছঃ)মে কৈছে ,”জাহান্নামৰ আগুন আল্লাহৰ ওচৰত অভিযোগ কৰিলে ,”হে আমাৰ প্ৰতিপালক, আমাৰ বিভিন্ন অংশ পৰস্পৰক খাই পেলাইছে!সেয়ে,তেখেতে (নবী ছঃ) মে জাহান্নামক দুবাৰ শ্বাস লবলৈ অনুমতি দিলে,এটি শীতকালত (প্রশ্বাস), অন্যটি গ্ৰীষ্মকালত (নিঃশ্বাস)! আৰু এইটো (গ্ৰীষ্মকালত) প্ৰখৰ গৰম ও (শীতকালত) তীব্র শীতৰ কাৰণ!
📚(ছহীহ বুখাৰী 4:54:482)
👉(৬)নবী (ছঃ) কৈছে ,”আল্লাহ তাআলাই হাচি পছন্দ কৰে আৰু হাই তোলা অপছন্দ কৰে ।
📚(সহীহ বুখারী 8:73:242)
👉(৭)নবী (ছঃ) মে কৈছে,”ভাল স্বপ্ন আহে আল্লাহৰ পৰা আৰু দুঃস্বপ্ন আহে শয়তানৰ পৰা !কোনোবাই যদি দুঃস্বপ্ন দেখে তাৰ উচিত আল্লাহ ৰ ওচৰত আশ্রয় চোৱা আৰু বাওঁফালে থু নিক্ষেপ কৰা! কাৰণ ইয়াৰে দুঃস্বপ্ন তাৰ কোনো ক্ষতি কৰিব নোৱাৰে ।
📚(ছহীহ বুখাৰী 9:87:115
👉(৮) হজৰত আব্দুল্লাহ (ৰাজি:)ৰ পৰা বর্ণিত:এজন লোকে নবী (ছঃ)ৰ ওচৰত আহি কলে তেওঁ পুৱালৈকে টোপনিত আছিল আৰু নামায আদায় কৰিব পৰা নাই !!নবী( ছঃ) কলে শয়তান তেওঁৰ কানত প্রস্রাব কৰি দি চলি গৈছে ।
📚(ছহীহ বুখাৰী 2:21:245)
👉(৯)নবী (ছঃ) মে কৈছে ,”তোমালোক সূৰ্য্যউদয় ও সুর্যাস্তৰ সময়ত নামায আদায় নকৰিবা ,কাৰণ সূৰ্য্য শয়তানৰ মূৰৰ দুইপ্রান্তৰ মধ্যস্থানেদি উদিত হয়।
—-“📚(ছহীহ বুখাৰী ৪:৫৪:৪৯৪)
👉(১০) নবী (ছঃ)মে কৈছে,,”যি ব্যক্তিয়ে প্ৰতিদিন পুৱা ৭ টা আজওয়া খেজুৰ খায়,তাৰ ওপৰত বিষ ও জাদু কোনো প্ৰভাব বিস্তাৰ কৰিব নোৱাৰে!
📚(ছহীহ বুখাৰী ৭:৬৫:৩৫৬)
#ইয়া_আল্লাহ_আপুনি_আমাক_সকলোকে_হাদীছৰওপৰত_আমল_কৰিবলৈ_তৌফিক_দিয়ক,,,
“আমীন”।