ছাতিয়ে বৰষুন ৰখাৱ নোৱাৰে,কিন্তু বৰষুনত থিয় হোৱাৰ সাহস দিয়ে।সেইদৰে আত্মবিশ্বাসে সফল হোৱাতো নিশ্চিত নকৰে,কিন্তু জীৱন যুজত যুজাৰ প্ৰেৰনা অৱশ্যেই দিয়ে।পোহৰে একোকে নকয়,কিন্তু ইয়াৰ উজ্জলতাই পৰিচয় দিয়ে।সেইদৰে আপুনি একোকে নকওক,ভাল কাম কৰক,সেয়ে আপোনাক পৰিচয় দিৱ।যাৰ নীতি ভাল তেওৰ সদায় উন্নতি হৱ।মই শ্ৰেস্ত সেইতো আত্মৱিশ্বাস,কিন্তু কেৱল ময়ে শ্ৰেস্ত সেইতো অহংকাৰ।মানুহে কয় আপুনি ভাল কৰক,কিন্তু এইতো কেতিয়াও নিবিছাৰে যে তেওতকৈ ভাল কৰক।দুই হাতেৰে পঞ্ছাছ জন মানুহক মাৰিৱ নোৱাৰি,কিন্তু দুইহাত যোৰ কৰি লাখ মানুহৰ মন জিনিৱ পাৰি।কোনো মানুহ আপোনাৰ ওছৰত তিনিটা কাৰনত আহে,ভাৱত,অভাৱত,প্ৰভাৱত।যদি ভাৱত আহে তেওক মৰম কৰক,যদি অভাৱত আহিছে তেওক সহায় কৰক আৰু যদি প্ৰভাৱত আহিছে তেতিয়া সুখি হওক যে আল্লাহে আপোনাক ইমান শক্তি দিছে।জীৱনত খালি পেট আৰু খালি জেপে যিখিনি শিকায় সেয়া কোনো বিশ্ববিদ্যালয় বা শিক্ষকে শিকাৱ নোৱাৰে।জীৱনত কাৰোৱাক সুখি কৰাৰ সুবিধা পালে নিচ্ছয় কৰিৱ,কাৰন এই সুবিধা খুৱ কম সংখ্যকে পায়।ইমানবোৰ জীৱৰ ভিতৰত কেৱল মানুহেই ধন উপাৰ্জন কৰে,কিন্তু কোনো জীৱ ভোকত নমৰে আৰু মানুহৰ কেতিয়াও পেট নভৰে।দৌৰত দৌৰা ঘোৰাই এইতোও নাজানে জিকা কাক কয়,সি কেৱল মালিকে দিয়া কস্তৰ ফলতহে দৌৰে।সেয়ে আপোনাৰ জীৱনত যদি কেতিয়াৱা কস্ত আহে তেতিয়া ভাৱিৱ যে আল্লাহে আপোনাক জিকাৱ বিছাৰিছে।যিখিনিৰ পৰা আমাৰ স্বাৰ্থ শেষ হয় তাৰপৰা মানৱীয়তা আৰম্ভ হয়।প্ৰত্যেকৰে শুনক আৰু প্ৰত্যেকৰে পৰা শিকক।কাৰন প্ৰত্যেকে সকলো নাজানে,কিন্তু প্ৰত্যেকে কিৱা নহয় কিৱা জানে।সম্পৰ্ক যদি মনৰ মিলনেৰে হয় তেতিয়া চিঙা অসম্ভৱ,কিন্তু যদি স্বাৰ্থত হয় সেয়া দীৰ্ঘস্থায়ী হোৱাতো অসম্ভৱ।আপোনাৰ সৰলতাক যদি কোনোৱাই দুৰ্বলতা বুলি ভাৱে সেয়া তেওৰ সমস্যা।শ্ৰদ্ধাই জীৱন দিয়ে,নম্ৰতাই মান দিয়ে আৰু যোগ্যতাই স্থান দিয়ে।আৰু যদি তিনিওতা একলগ হয় তেতিয়া মানুহক সকলোতে সন্মান দিয়ে।