Q.এপ্ৰিল ফুল কিয় পালন কৰা হয় ? আৰু মুছলিম মানুহৰ কাৰণে হাৰাম কিয় ?
Ans. ইউৰোপ মহা দেশৰ এখন ঠাইৰ নাম হৈছে স্পেইন । তাত 711 খ্রীস্টাব্দৰ পৰা 1492 খ্রীস্টাব্দলৈকে প্ৰায় 800 বছৰ মুছলিম সকলে ৰাজত্ব কৰিছিল।
এই সময় চোৱাত খ্রীস্টান আৰু মুছলমান সকলৰ মাজত সৰু-সুৰা বহুতো যুদ্ধ হৈছিল।এই যুদ্ধত খ্রীস্টান সকল কৃতকাৰ্য্য হব নোৱাৰি।তেতিয়া খ্রীস্টান সকলে এটা বুদ্ধি কৰিলে যে তেখেতে প্ৰচাৰ কৰিছিল যে মুচলিম সকলৰ লগত তেখেতে আৰু যুদ্ধ নকৰে।কিন্তু মুছলিম মানুহে তেখেতৰ চাল গম পোৱা নাছিল, সেই কাৰণে 1492 চনৰ প্ৰথম এপ্ৰিল ৰ দিনা খ্রীস্টাব্দান সকলে মিছা কথাৰ সহায় লৈ একেদিনাই সাত (7) লাখ মুছলিম মানুহক জুই (boom blast ) লগাই জ্বলাই দিছিল।আৰু তেতিয়াৰ পৰা খ্রীস্টান সকলে এই দিন টো তেখেতৰ কাৰণে বহুতো গুৰুত্বপূৰ্ণ দিন হিচাপে পালন কৰি আহি আছে।কাৰণ সেই দিনা মিছা কথা কৈ মুছলিম মানুহক শহীদ কৰি মুছলমানৰ হাতৰ পৰা ৰাজত্ব তেখেতৰ হাতলৈ কাঁড়ী নিছিল।গতিকে প্ৰথম এপ্ৰিল তেখেতে তেখেতৰ কাৰণে এটা ঈদৰ দিনৰ নিচিনা হয়।গতিকে সিহতে এপ্ৰিল ফুল হিছাপে পালন কৰে।আৰু সেই দিনা আনন্দ কৰাটো মুছলিম মানুহৰ কাৰণে হাৰাম হয় ।
কিন্তু আচৰিত লাগে যেতিয়া আমাৰ বহুতো মুছলিম মানুহে একো নজনাকৈ খ্রীস্টানৰ নিচিনা এই দিনটোতেই মিছা কথা কৈ আনন্দ উপভোগ কৰে।কত এই দিনটোত কান্দিব লাগিছিল।কিন্তু কিছুমানে তাৰ ওলোটা হে কৰে।
গতিকে আমি আমাৰ হিন্দু-মুছলিম ভাই বন্ধু সকলোক অনুৰোধ কৰিছোঁ যাতে first April ৰ দিনা কোনোবাই মুছলিম মানুহৰ মনত আঘাত দিয়াকৈ এনেকুৱা উতসৱ পালন নকৰে যেন।
ইতি,
ছেলিম আহমেদ