এজন ইচলামৰ সমালোচকে প্ৰশ্ন কৰিছে যে মুছলমানে খতনা (Circumcision) কিয় কৰে ? খতনা কৰাটো প্ৰকৃতিৰ বিপৰীত নহয়নে ?

এজন #ইচলামৰ সমালোচকে প্ৰশ্ন কৰিছে যে মুছলমানে #খতনা (Circumcision) কিয় কৰে ? খতনা কৰাটো প্ৰকৃতিৰ বিপৰীত নহয়নে ?

উত্তৰতো মই তেখেতক এনে ধৰণে দিব খোজা !

ইচলাম কোনো #প্ৰকৃতিৰ ওপৰত নচলে । ইচলাম চলে একমাত্ৰ আল্লাহ আৰু ৰছুলৰ ওপৰত ।

যিজনে প্ৰশ্নটো কৰিছে মই তেখেতক কৈছোঁ যে, আপুনি যদি প্ৰকৃতিৰ কথা ইমানেই মানে তেনেহলে আপুনি কাপোৰ কিয় পিন্ধিছে ? কিয় আপুনি দাড়ি- চুলি কাতিছে ? আপুনিতো জন্ম হোৱাৰ সময়তটো কাপোৰ পিন্ধি জন্ম হোৱা নাছিলা । আপুনি কাপোৰ পিন্ধাটো এতিয়া প্ৰকৃতিৰ বিপৰীত নহয় নেকি বাৰু ? দাড়ি – চুলি কতাটো প্ৰকৃতিৰ বিপৰীত নহয় নেকি ?

আহক এতিয়া মুল বিষয় লৈ যাওঁ ।
মুছলমানে #খতনা কিয় কৰে ?
✓প্ৰথম কথা এইটো আল্লাৰ হুকুম । আল্লাহ আমাৰ সৃষ্টিকৰ্তা । গতিকে আল্লাহে নিশ্চয় ভালদৰে জানে যে #খতনা কিয় কৰিব লাগে ।

দ্বিতীয়তে #খতনা (Circumcision) ৰ বহুতো  বৈজ্ঞানিক উপৰাতাও আছে ।
যেনে……

1.খতনা নকৰা মানুহৰ লিংগৰ মুখখন অতিৰিক্ত চালেৰে বন্ধ হৈ থাকে । ফলত তাৰ ভিতৰত বিভিন্ন ধৰণৰ মইলা, পেচাব , বিৰ্য (Sprem) আদি লাগি থাকে । ফলত সেই ঠাইত #কেন্সাৰকে আদি কৰি নানান ধৰণৰ #বেমাৰ হব পাৰে ।

2.খতনা নকৰিলে যিহেতু অতিৰিক্ত চালেৰে লিংগৰ মুখখন বন্ধ হৈ থাকে, সেয়েহে তাৰ ভিতৰত পেছাব, বিৰ্য, বিভিন্ন ধৰণৰ মইলা লাগি থকাটো স্বাভাৱিক । ফলত গা ধুলেও সেই ঠাইত পানীয়ে স্পৰ্শ নকৰে । আৰু সেই অপবিত্ৰ বস্তুবোৰ তাৰ ভিতৰত লাগি থকালে মানুহ কেতিয়াও পবিত্ৰ নহয় সদায় অপবিত্ৰ হৈয়ে থাকিব ।

3.আজি বিজ্ঞানে কি কৈ আছে যে খতনা কৰা মানুহৰ এইডছ ৰোগ আৰু যৌনাংগত কেন্সাৰৰ দৰে মাৰত্মক বেমাৰবোৰ হোৱাৰ আশা বহুত কম ।
ফলত আমেৰিকা, দক্ষিণ আফ্ৰিকা, অষ্ট্ৰলায়া আদিৰ দৰে শিক্ষত দেশসমুহৰ অমুছলিম বোৰেও ব্যাপক হাৰত খতনা কৰিবলৈ ধৰিছে ।

সদৌ শেষত মই সেই সকলক কব খুজিছোঁ যি সকলে সদাই খাওঁতে –  শোওঁতে, উঠোতে – বহোতে ইচলামৰ ভূত দেখি থাকে, ইচলামক সমালোচনা কৰি থাকে । এনেধৰণৰ হাস্যকৰ প্ৰশ্ন বা কথাৰে #ইচলামৰ সমালোচনা কৰা বাদ দিয়ক । প্ৰথমে নিজৰ ধৰ্মটো ঠিক কৰি লওঁক তাৰ পিছত বেলেগৰ ধৰ্মক সমালোচনা কৰিবা ।

2 thoughts on “এজন ইচলামৰ সমালোচকে প্ৰশ্ন কৰিছে যে মুছলমানে খতনা (Circumcision) কিয় কৰে ? খতনা কৰাটো প্ৰকৃতিৰ বিপৰীত নহয়নে ?”

Leave a comment