ইমামে আযম আবু হানীফা (ৰহঃ) বনাম নাস্তিকৰ বিতর্ক”

ইমামে আযম আবু হানীফা (ৰহঃ) বনাম নাস্তিকৰ বিতর্ক” <★========★=======★==== ===>

 হাম্মাদ বিন চুলাইমান (ৰহঃ) যিজন  আবু হানিফা (ৰহঃ) ৰ শিক্ষক আছিল । তেওঁ  এটি  সপোন দেখিলে , এটা গাহৰি  এটি গছত  উঠি গছৰ সকলো ডাল-পাত ভাঙি  দিছে  কিন্তু হঠাৎ  গছৰ ওপৰৰ পৰা  এটা ডাল গজি সেইটো সেই গাহৰিক আঘাত কৰি কৰি তলত পেলাই দিলে ।
কিন্তু তেওঁ এই সপ্নৰ  কোনো  তাবীৰ কৰিব নোৱাৰিলে।
 তেতিয়া  আবু হানিফা (ৰহঃ) উক্ত সপ্নৰ তাবীৰত তেওঁৰ  শিক্ষকক ক’লে :  “এনে এক সময় আহিব যেতিয়া কোনো  এক নাস্তিকৰ  আবির্ভাব ঘটিব আৰু সি কিছু প্রশ্নৰ মাধ্যমত  মুচলামনসকলক  চ্যালেঞ্জ কৰিব, কিন্তু কোনেও  তাৰ প্রশ্নৰ উত্তৰ দিব নোৱাৰিব ।  কিন্তু  এজন ব্যক্তিয়ে সেই সকলো  প্রশ্নৰ উত্তৰ দি নাস্তিকৰ চ্যালেঞ্জল  জবাব দিব। .

ইয়াৰ কিছু বছৰ পিছত কুফাত এক নাস্তিকৰ  আবির্ভাব ঘটিল  আৰু সি এনে  কিছু প্রশ্ন কৰিলে যাৰ উত্তৰ কোনেও দিব নোৱাৰিলে , কিন্তু সেই ইমাম আবু হানিফা [ৰহঃ] সেই  নাস্তিকসকলৰ  প্রশ্নৰ  দাঁতভাঙ্গা জবাব দিছিল , .

 নাস্তিকৰ  প্রশ্ন আৰু  ইমাম আবু হানিফা (ৰহঃ) প্রদত্ত উত্তৰসমূহ হল-

 [ক] নাস্তিকঃ তোমাৰ আল্লাহ  কেতিয়া জন্মগ্রহন কৰিছিল  ? – আবু হানিফাঃ “আল্লাহ সময়, কাল, যুগৰ আগৰ পৰাই আছে । [তার কোনো আৰম্ভণি নাই ]” .

নাস্তিকঃ পার্থিব জীবনৰ  নমুনাৰ পৰা কোৱা  । আবু হানিফাঃ ৩ ৰ আগতে  বাস্তব সংখ্যা কিমান  ? – নাস্তিকঃ “২” – আবু হানিফাঃ “২” ৰ আগতে  বাস্তব সংখ্যা কিমান ? – নাস্তিকঃ “১” – আবু হানিফাঃ “১” ৰ আগতে বাস্তব সংখ্যা কিমান  – নাস্তিকঃ “নাই” – আবু হানিফাঃ “যদি তোমাৰ পার্থিব সংখ্যা ১ ৰ  আগে কোন বাস্তব কিছু নাথাকে তেনেহলে  যিজন  শাশ্বত তাৰ আগে কি একো  থাকিব পাৰে  ?” .

 [খ] নাস্তিকঃ তোমাৰ আল্লাহ কোন পিনে  মুখ কৰি আছে ? – আবু হানিফাঃ যদি কোনো  অন্ধকাৰ স্থানত  মমবাতি অনা হয় সেইটো কোন পিনে  মুখ কৰি  থাকে ? – নাস্তিকঃ ” সকলো দিশত  ” – আবু হানিফাঃ “যদি তোমাৰ পার্থিব কৃত্রিম পোহৰ সকলো দিশত  মুখ কৰি  থাকিব পাৰে  তেনেহলে  যিজনে পোহৰ সৃষ্টি কৰিছে তেওঁ  কি সেইটো নোৱাৰে  নে ?” .

[গ] নাস্তিকঃ “তোমাৰ আল্লাহ  কঠিন,নে  তৰল নে  বায়ুবীয়?” – আবু হানিফাঃ “মৃত ব্যক্তিৰ ওচৰত কেতিয়াবা আছিলা নে ?” – নাস্তিকঃ “হ্যাঁ” – আবু হানিফাঃ “মৃত্যুৰ পিছত সি  কথা কয় নে ?” – নাস্তিকঃ “অবশ্যই -না” – আবু হানিফাঃ “মৃত্যুৰ – আগতে সি কথা কৈছিল , কথা কব পাৰে কিন্তু মৃত্যুৰ পিছত নির্জীৱ আৰু বৰফ হয় কিয়  ? কোনে তাৰ এই অবস্থা কৰিলে  ?” – নাস্তিকঃ “তাৰ আত্মা গুচি  যায়” – আবু হানিফাঃ “আত্মা কেনে হয় মোক কোৱাচোন কঠিন, তৰল না বায়বীয়?” – নাস্তিকঃ “আমি জানি না” – আবু হানিফাঃ “যদি পার্থিব আত্মাৰ কোনো সংজ্ঞা দিব নোৱাৰা তেনেহলে  আল্লাহৰ অৱস্থাৰ কথা কোৱা কেনেকৈ সম্ভব ? .

[ঘ] নাস্তিকঃ “তোমাৰ আল্লাহ কত থাকে   ? – আবু হানিফাঃ “তুমি বাটিতে যদি এক গ্লাছ গাখীৰ  লৈ আহাঁ” – নাস্তিকঃ “ঠিক আছে” – আবু হানিফাঃ কোৱা ইয়াৰ আযদি মাখনৰ দৰে সৃষ্ট বস্তু গাখীৰৰ সকলো জাগাত থাকে তেনেহলে  আল্লাহ্ কেনেকৈ  এটা  স্থানত থাকিব পাৰে ? এইটো তো বিৰাট আশ্চর্য!” .

[ঙ] নাস্তিকঃ ” কেনেকৈ  জান্নাতত  খোৱাৰ আৰু  উপভোগ কৰাৰ পাছত ইয়াৰ বস্তু বাঢ়িব ?” – আবু হানিফাঃ “যেনেকৈ  জ্ঞান যিমান  দান কৰা  হয় সিমানেই বাঢ়ে  বাঢ়ে ।” .

 [চ] নাস্তিকঃ জান্নাতত তো টয়লেট নাই তেনেহলে খোৱাৰ পিছত শৌচ কাম মানুহে কেনেকৈ কৰিব  ? – আবু হানিফাঃ “মাকৰ  পেটত  বাচ্চা ৯ মাহ কেনেকৈ শৌচ কৰে , তাৰ  তো শৌচাগাৰ দৰকাৰ নহয় । তেনেহলে  জান্নাতত  দৰকাৰ হব কেনেকৈ ?” .

এইভাবেই যুগে যুগে নাস্তিকসকল  অপমানিত হৈছে আৰু  হব, ইন শা আল্লাহ…।

Leave a comment