#ইতিকাফ_সংক্রান্তে_এটি_ভুল_ধাৰণাঃ
▬▬▬◆◈◆ ▬▬▬
প্রশ্ন: যদি মহল্লাৰ কোনেও ইতিকাফত নব’হে তেতিয়া কি গোটেই মহল্লাবাসী গুনাহগাৰ হ’ব? আৰু কোনোবা ব্যক্তি যদি বহে তেতিয়াহ’লে কি গোটেই মহল্লাবাসী তাৰ চাওৱাব লাভ কৰিব?
উত্তৰঃ আমাৰ দেশত মন কৰা হয় যে, সমাজৰ পক্ষৰ পৰা এজন ব্যক্তিক অৱশ্যেই ইতিকাফত বহিব লাগিব অন্যথা সকলোৱেই গুনাহগাৰ হ’ব। কিন্তু এই ধাৰণা সঠিক নহয়; এয়া ভুল ধাৰনা। কাৰণ, ইতিকাফ হল এটি চুন্নত ইবাদত। যি কোনো মুছলিমে তাক পালন কৰিব পাৰে। যি ব্যক্তিয়ে তাক পালন কৰিব তেওঁ অশেষ চাওৱাবৰ অধিকাৰী হ’ব ইন শ্বা আল্লাহ। সকলোৰে পক্ষৰ পৰা এজনক ইতিকাফত বহিবই লাগিব এনে কোনো কথা চৰীয়তত নাই। কিয়নো সেয়া ফৰজে কিফায়াহ নহয় বৰং চুন্নত।

আল্লাহ তা’আলা সকলো ক্ষেত্রত তেওৰ ৰছুল ছাল্লাল্লাহু আলাইহি অছাল্লামৰ চুন্নতক যথাযথভাৱে পালন কৰাৰ তৌফিক দান কৰক আৰু সকলো বিদআত ও চুন্নত বিৰোধী কার্যকলাপৰ পৰা হেফাজত কৰক। আমীন।
▬▬▬◆◈◆ ▬▬▬
উত্তৰ প্রদান:
আব্দুল্লাহিল হাদী বিন আব্দুল জলীল মাদানী
জুবাইল দাৱাহ চেন্টাৰ, চৌদী আৰৱ।