☞☞ ইছলামৰ নামত প্ৰচলিত ইলয়াছি তবলীগৰ মিথ্যাচাৰ ☜☜
৮০ হুকবা সম্পৰ্কীয় হাদিছ চহীহ নেকি ?
ইছলামত জাল হাদিছৰ অনুপ্ৰৱেশকাৰী সকলৰ বিষয়ে সাৱধান ।
ফজায়লে নামাজ গ্ৰন্থত শ্বাইখুল হাদিছ জাকাৰিয়া কান্ধালবী ৰা: উল্লেখ কৰিছে যে , যি লোকে সময়ত নামাজ নপঢ়িল , নামাজৰ ওৱাক্ত শেষ হোৱাৰ পিছত নামাজ পঢ়িলে , সেই লোকেও জাহান্নামত ৮০ হুকবা শাস্তি ভোগ কৰিব । ৮০ হুকবা মানে ২ কোটি ৮৮ লাখ বছৰৰ জাহান্নামৰ শাস্তি ভোগ কৰিব ।
হাদিছ হিচাবে বহুল প্ৰচাৰিত এই সকলো কথা ভিত্তিহীন তথা চনদবিহীন বনোৱা কথা । ইয়াৰ কতো কোনো অস্তিত্ব নাই ।
☞☞কোনোবাই যদি পাৰে দলীল দিব ??
☞☞ ৰাছুল (ছা:)ৰ নামত মিছা প্ৰচাৰ কৰা মানে জাহান্নামত নিজৰ ঠিকনা তৈয়াৰ কৰা ।(চহিহ বুখাৰী )