↪এবাৰ জাৰ্মানীৰ এজন নৌসেনা কমাণ্ডাৰে এজন মুছলিম সেনাক কৈছিল “মই তোমালোকৰ ৰাছুলতকৈ ডাঙৰ, কাৰণ মোৰ এটা কমাণ্ড পোৱাৰ লগে লগে ইয়াৰ 10,000 হাজাৰ সেনাই একেলগে শৃংখলাবদ্ধভাৱে শাৰী পাতি থিয় দিয়ে”।
👉 মুছলিম সেনা জোৱানজনে সুধিছিল” কোন মোৰ ৰাছুল”?
👉 কমাণ্ডাৰজনৰ উত্তৰ “মুছলিম হৈও নাজানা নেকি যে মহাম্মদ তোমাৰ ৰাছুল”?
👇
তেতিয়া মুছলিম সেনা জোৱানজনে কমাণ্ডাৰজনক সুধিছিল “এই 10 হাজাৰ সৈনিকক আপুনি কমাণ্ড দি শাৰীপাতি শৃংখলাবদ্ধভাৱে থিয় দিয়াবলৈ সিহঁতক কিমান দিনৰ ট্ৰেইনিঙৰ আৱশ্যক হৈছিল।
👉 ‘3 মাহৰ’। কমাণ্ডাৰৰ উত্তৰ।
👉 ‘এতিয়া আৰু 10 হাজাৰ অ-প্ৰশিক্ষণপ্ৰাপ্ত যুৱক, বৃদ্ধ, মহিলা, ৰোগাক্ৰান্ত, শিশু আদিক আপুনি এনেকৈ কমাণ্ড দি শাৰীপাতি থিয় কৰাব পাৰিবনে? মুছলিম সেনা জোৱানজনৰ প্ৰশ্ন।
👉 ‘তুমি পাগল হৈছা নেকি, প্ৰশিক্ষণপ্ৰাপ্ত নহ’লে মোৰ কমাণ্ডত কেনেকৈ শাৰীপাতি শৃংখলাবদ্ধভাৱে থিয় দিব? তাকো বৃদ্ধ, মহিলা, ৰোগাক্ৰান্ত, শিশু আদিক – কমাণ্ডাৰৰ উত্তৰ।
👇
মুছলিম সেনা জোৱানজনে তেতিয়া নিজৰ লেপটপ অন কৰি মক্কাৰ হজ্জৰ দৃশ্য দেখুৱাই চিফক কলে ‘এয়া চাওঁক ছাৰ, কেনেকৈ কমাণ্ডাৰ (ঈমাম)ৰ এটা কমাণ্ড পোৱাৰ লগে লগে অ-প্ৰশিক্ষণ প্ৰাপ্ত 3 লাখ সৈনিক যিসকলৰ ভিতৰত যুৱক, বৃদ্ধ, মহিলা, ৰোগাক্ৰান্ত, শিশু আদি আছে কেনেকৈ লগে লগে শাৰীপাতি শৃংখলাবদ্ধভাৱে থিয় দিয়ে আৰু এয়া আমাৰ চুপ্ৰিম কমাণ্ডাৰ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ শিক্ষাৰ ফল। এতিয়া কওঁক কোন ডাঙৰ? কওকচোন!
👉 কমাণ্ডাৰ চুপ !!!
✍ Sahidul Islam.