বায়োডাটা
ইছলামিক জ্বিনৰ বায়োডাটা (𝐑𝐞𝐬𝐮𝐦𝐞 𝐨𝐟 𝐈𝐬𝐥𝐚𝐦𝐢𝐜 𝐉𝐢𝐧𝐧):
========================================
বৈজ্ঞানিক নামঃ নাই ।
কোৰানিক নামঃ জ্বিন( ছূৰা আল-জ্বিন)
বৈজ্ঞানিক প্রুফঃ নাই ।
আদিপিতাঃ ইবলিচ(মানুহৰ ক্ষেত্রত যেনেকৈ আদম)।
গঠন উপাদানঃ ধোঁয়া বিহীন আগুন। (ছূৰা আল হিজ্বৰ, আয়াত: ২৬-২৭)
শাৰীৰিক গঠনঃ যিকোনো বস্তুৰ ৰূপ ধাৰণ কৰিব পাৰে কিন্তু সিহঁতক দেখা নাযায়। কেৱলমাত্র গাধ আৰু কুকুৰে সিহঁতক দেখিবলৈ পায়। (বুখাৰী, হা: ৩৩০৩)
শাৰীৰিক বৈশিষ্টঃ সিহঁত যিকোনো পদার্থৰ/জীৱৰ ৰূপ ধাৰণ কৰিব পাৰে যদিও সিহঁতক কোনো পদাৰ্থৰ পৰা সৃষ্টি কৰা হোৱা নাই ।
আবাসস্থলঃ যিকোনো ঠাই য’ত বৰষুণৰ পানী নপৰে। কাৰণ বৰষুণ সিহঁতৰ বাবে সমস্যা। (ছূৰা আল জিন, আয়াতঃ ১৬)
খাদ্যঃ গোবৰ, কয়লা আৰু পশু পক্ষীৰ হাড়। (চহীহ বুখাৰী : ৩৮৬০)
সৃষ্টিৰ উদ্দেশ্যঃ আল্লাহৰ ইবাদত কৰা । (আল-কোৰআন , ৫১:৫৬)
জ্বীন জাতিৰ বিচৰণৰ পদ্ধতিঃ
১। এক শ্রেণীৰ ডেউকা আছে, সিহঁতে তাৰ সহায়ত বতাহত উৰি ফুৰে।
২। এক শ্রেণী সাপ-কুকুৰৰ আকাৰত বসবাস কৰে ।
৩।এক শ্রেণী স্থায়ীভাবে বসবাস কৰে আৰু ভ্রমণ কৰে ।
জ্বিন জাতিৰ মাজতো ভাল বেয়া আছে । বেয়া জ্বিন বিলাকক ‘চয়তান’ বুলি কোৱা হয় ।
চয়তানৰ কিছু স্পেশাল বৈশিষ্ট্যঃ
১।আযান শুনিলে পশ্চাৎ দিশৰ পৰা বায়ু ত্যাগ কৰে । (চহীহ বুখাৰী: ১২৩১)
২। ৰাতি মানুহৰ নাকত টোপনি যায় । (চহীহ বুখাৰী: ৩২৯৫)
৩। পুৱতি নিশা শুই থকা মানুহৰ কাণত পশ্রাব কৰে । (চহীহ বুখাৰী : ১১৪৪)
৪। মানুহৰ শিৰা উপশিৰাত চলাচল কৰাৰ ক্ষমতা।
জ্বীন জাতিৰ কিছু অবিশ্বাস্য সাফল্যঃ
১। সিহঁত প্রথম আকাশত পৌছিব পাৰিছে আৰু তাত কাণপাতি আকাশৰ ভিতৰৰ কথা শুনিবলৈ চেষ্টা কৰিছে । (ছূৰা আছ-চাফফাত , আয়াত ৬-১০)
২। সিহঁতে দেখিছে প্রথম আকাশ তাৰকা সজ্জিত , প্রহৰীৰ দ্বাৰা সুৰক্ষিত আৰু ক্ষেপণাস্ত্র হিচাবে উল্কাপিন্ড বহুৱা। যাতে কোনেও কাণ পাতি কিছু শুনিবলৈ আহিলে সিহঁতক উল্কাৰ দ্বাৰা খেদি দিয়া হয় । (ছূৰা আছ-চাফফাত , আয়াত ৬-১০)