আহঁক ধৰ্মৰ স্বাধীনতাক অৱজ্ঞা নকৰি আমি সমুহীয়া সাফল্যৰ দিশত আগবাঢ়ি যাও।

বিশ্বাস অবিকল্পিত অবিহনে কেতিয়াও ধৰ্ম বৰ্তী নাথাকে।ধৰ্মক জানিবলৈ মুলগ্ৰন্থ পঢ়ক।ধৰ্মই মানুহক অহিংসাৰ পাঠ শিকায়,মৰমিয়াল হবলৈ শিকায়,আন ধৰ্মৰ মানুহক সন্মান কৰাৰ লগতে মিলাপ্ৰীতিৰে বসবাস কৰিবলৈ শিকায়।কিন্তু আজিৰ তাৰিখত ওলোটা ফলাফলহে দেখা গৈছে ।কাৰণ মানুহে নিজ ধৰ্মৰ বিষয়ে উদাসীনতা হোৱাৰ বিপৰীতে আন ধৰ্মাৱলম্বী সকলোৰ সমালোচনা কৰাত প্ৰতিযোগিতা আৰম্ভ কৰিছে।মত পাৰ্থক্য থকা বিষয়বোৰক প্ৰাধান্য দি সমাজখনত বিশৃংখলতাৰ সৃষ্টি কৰিছে।অথচ প্ৰয়োজন আছিলে আমি সকলোৱে একেলগে সাফল্যৰ দিশত আগবাঢ়ি যোৱা।আহঁক ধৰ্মৰ স্বাধীনতাক অৱজ্ঞা নকৰি আমি সমুহীয়া সাফল্যৰ দিশত আগবাঢ়ি যাও।

— Rezuwanur

Leave a comment