আল্লাহৰ সন্তুষ্টি আৰু মানুহৰ সন্তুষ্টি

বহুত দুখৰ বিষয় আজি মুছলিমে বুজি নাপায় নিজৰ ধৰ্ম……,,,মানুহক সন্তুষ্ট কৰিবৰ কাৰণে আল্লাহক অসন্তুষ্ট কৰে তথাপিও ভয় নকৰে ৷

ৰাছুলুল্লাহ (ছাঃ) কৈছে ”যি ব্যক্তি লোকসকলক অসন্তুষ্ট কৰিও আল্লাহৰ সন্তুষ্টি অন্বেষণ কৰে, সেই ব্যক্তিৰ প্রতি আল্লাহ সন্তুষ্ট হয় আৰু লোকসকলকো তেওঁৰ প্রতি সন্তুষ্ট কৰে। আৰু যি ব্যক্তি আল্লাহক অসন্তুষ্ট কৰি লোকসকলক সন্তুষ্টি অন্বেষণ কৰে, সেই ব্যক্তিৰ প্রতি আল্লাহ অসন্তুষ্ট হয় আৰু লোকসকলেও তেওঁৰ প্রতি অসন্তুষ্ট কৰি দিয়ে।
–[ইবনে হিব্বান ২৭৬]

Leave a comment