# আল্লাহৰ নাম নহয় এনে কোনো নামৰ লগত ‘গোলাম’ বা ‘আব্দ’ (বান্দা/দাস) শব্দটো সম্বন্ধ কৰি নাম ৰখা হাৰাম।যেেনঃ-
•আব্দুল ওজ্জা—ওজ্জাৰ উপাসক/দাস
•আব্দুল শ্বামচ —সূর্য্যৰ উপাসক/দাস
•আব্দুল কামাৰ —চন্দ্রৰ উপাসক/দাস
•আব্দুল মোত্তালিব—মোত্তালিবৰ দাস
•আব্দুল কালাম—কথাৰ দাস
•আব্দুল কাবা—কাবাগৃহৰ দাস
•আব্দুন নবী(ছা:) —নবী(ছা:)ৰ দাস
•গোলাম ৰছুল (ছা:) — ৰছুল(ছা:)ৰ দাস
•গোলাম নবী(ছা:)—নবী(ছা:)ৰ দাস
•আব্দুল আলী—আলীৰ দাস
•গোলাম মুহাম্মদ(ছা:)—মুহাম্মদ(ছা:)ৰ দাস
(ইত্যাদি)।
# ইয়াৰোপৰি আৰু অসংখ্য এই জাতীয় নাম আছে ; যিবিলাক ৰখা ইসলামৰ দৃষ্টিত হাৰাম।
গতিকে ,আমালোকে নাম নির্বাচনৰ ক্ষেত্রত সর্তকতা অবলম্বন কৰিব লাগিব ।
<>=============<>
•আব্দুল ওজ্জা—ওজ্জাৰ উপাসক/দাস
•আব্দুল শ্বামচ —সূর্য্যৰ উপাসক/দাস
•আব্দুল কামাৰ —চন্দ্রৰ উপাসক/দাস
•আব্দুল মোত্তালিব—মোত্তালিবৰ দাস
•আব্দুল কালাম—কথাৰ দাস
•আব্দুল কাবা—কাবাগৃহৰ দাস
•আব্দুন নবী(ছা:) —নবী(ছা:)ৰ দাস
•গোলাম ৰছুল (ছা:) — ৰছুল(ছা:)ৰ দাস
•গোলাম নবী(ছা:)—নবী(ছা:)ৰ দাস
•আব্দুল আলী—আলীৰ দাস
•গোলাম মুহাম্মদ(ছা:)—মুহাম্মদ(ছা:)ৰ দাস
(ইত্যাদি)।
# ইয়াৰোপৰি আৰু অসংখ্য এই জাতীয় নাম আছে ; যিবিলাক ৰখা ইসলামৰ দৃষ্টিত হাৰাম।
গতিকে ,আমালোকে নাম নির্বাচনৰ ক্ষেত্রত সর্তকতা অবলম্বন কৰিব লাগিব ।
<>=============<>