আমাৰ সমাজত প্ৰচলিত কিছূমান শিৰ্কঃ
* শৰীৰত যিকোনো প্রকাৰৰ তাবিজ ওলমোৱা শিৰ্ক
[মুছনাদে আহমদ: ১৭৪৫৮]
* আল্লাহ ব্যাতিত অন্য কাৰো নামত কছম কৰা শিৰ্ক
[আবু দাউদ:৩২৩৬(ইফা)]
* কোনো বস্তুক শুভ-অশুভ লক্ষন বা কুলক্ষণ বুলি ভৱা শিৰ্ক
[বুখাৰী :৫৩৪৬, আবু দাউদ:৩৯১০]
* আল্লাহৰ গুনবাচক নামেৰে অইন কাৰোবাক মতাটো শিৰ্ক (যেনে: কুদ্দুছ, ৰাহমান, ৰহীম, জাব্বাৰ, ছালাম, মুমিন ইত্যাদি) [ছূৰা ইছৰা: ১১০, ছূৰা হাশৰ]
* ‘তোৰ ভৱিষ্যত অন্ধকাৰ’, ‘তোৰ কপালত বহুত কষ্ট আছে’, এনে ধৰণৰ গায়েবি কথা কাৰোবাক কোৱা শিৰ্ক
[ছূৰা আন নমল: ৬৫, আল জিন: ২৫-২৬, আল আনাম: ৫৯]
*যিকোনো জড় বস্তুক সম্মান দেখুওৱা তথা তাযীম কৰা বা তাৰ সন্মূখত নিৰৱতা পালন কৰা শিৰ্ক
যেনে: পতাকা, স্মৃতিসৌধ, শ্বহিদ মিনাৰ বা মাজাৰ ইত্যাদি।
[ছূৰা বাকাৰাহ: ২৩৮, আহকাফ: ৫, ফাতহুল বাৰি ৭/৪৪৮, আবু দাউদ:৪০৩৩]
* আল্লাহৰ বাহিৰে অন্য কাৰো সন্তুষ্টি অর্জনৰ বাবে বা লোক দেখুওৱা ইবাদাত কৰা শিৰ্ক
[ছূৰা আল আনাম: ১৬২, কাহফ: ১১০,আল ইমৰান: ৬৪ ,ইবনে মাজাহ হা নং ৫২০৪]
* আল্লাহ ব্যাতিত কোনো গণক বা অন্য কোনোয়ে গায়েব জানে এই কথা বিশ্বাস কৰা শিৰ্ক
[ছূৰা আন নমল:৬৫, আল জিন: ২৬, আল আনাম: ৫৯]
* আল্লাহৰ বাহিৰে কোনো পীৰ-আওলিয়া আৰু কোনো মাজাৰৰ ওচৰত দোৱা কৰা বা কোনো বস্তু খোজা শিৰ্ক
[ছূৰা ফাতিহা: ৪, আশ শোআৰা: ২১৩, গাফিৰ: ৬০, তিৰর্মিযি]
* মাজাৰ আৰু কোনো পীৰ-ফকিৰ বা অইন কাৰো ওচৰত ছাজদাহ দিয়া শিৰ্ক
[ছূৰ জীন: ২০, মুছলিম: ১০৭৭, আবু দাউদ, মুত্তাফাকুন আলাইহি]
* আল্লাহৰ বাহিৰে অন্য কাৰো বা যিকোনো পীৰ-আওলিয়া বা মাজাৰৰ নামত মানত কৰা শিৰ্ক। মানত নকৰাই উত্তম। [ছহীহ বুখাৰী: অধ্যায়: তাকদীৰ]
এনেকুৱা আৰু অসংখ্য শিৰ্ক সমাজত বিদ্যামান।
মনত ৰাখিব,
শিৰ্ক এনেকুৱা এটি গুনাহ যিটো কৰিলে ঈমান আৰু পূর্বৰ সকলো আমল সম্পুর্ন নষ্ট হৈ যায়। কিয়ামতৰ দিনা আল্লাহ ছূবাহানু তাআলাই যিকোনো গুনাহ ইচ্ছা কৰিলে ক্ষমা কৰি দিব কিন্তু শিৰ্কৰ গুনাহ কেতিয়াওঁ ক্ষমা নকৰে।
আল্লাহ তাআলাই কৈছে,
নিঃসন্দেহে আল্লাহে ইচ্ছা কৰিলে যিকোনো গুনাহ ক্ষমা কৰি দিব কিন্তু শিৰ্কৰ গুনাহ কেতিয়াওঁ ক্ষমা নকৰে। (ছূৰা নিছা: ৪৮, ১১৬)
নিশ্চয় যি ব্যাক্তিয়ে আল্লাহৰ লগত অংশীদাৰ স্থিৰ কৰে আল্লাহে তাৰ বাবে জান্নাতক হাৰাম কৰি দিয়ে আৰু জাহান্নামক অৱধাৰিত কৰি দিয়ে। (ছূৰা মায়িদাহ:৭২)
ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে,,
“মোৰ সন্মূখত জিব্রাঈল (আ:) আবির্ভূত হল। তেওঁ কলে, আপুনি আপোনাৰ উম্মতক সুসংবাদ দিয়ক, যি ব্যাক্তিয়ে আল্লাহৰ লগত কাকো শ্বৰীক নকৰা অৱস্থাত মৃত্যু বৰণ কৰিব, তেওঁ জান্নাতত প্রৱেশ কৰিব। মই কলো, যদিও তেওঁ যিনা কৰে আৰু যদিও তেওঁ চুৰ কৰি থাকে? তেওঁ কলে: যদিও তেওঁ যিনা কৰে আৰু যদিও তেওঁ চুৰ কৰি থাকে। [ছহীহ বুখাৰী: ১২৩৭, মুছলিম: ৯৪]
শিৰ্ক হল আটাইতকৈ ডাঙৰ ধ্বংসত্মাক বিষয়। শত পাপ কৰিলেও কিয়ামতৰ দিনা সেয়া ক্ষমাৰ সম্ভৱনা আছে কিন্তু শিৰ্কৰ পাপ ক্ষমাৰ কোনো সম্ভৱনাই নাই আৰু সেই পাপে নি:সন্দেহে জাহান্নামলৈ লৈ যাব।
ইয়া আল্লাহ আমাৰ সকলোকে শিৰ্কৰ পৰা বচাৰ তৌফিক দান কৰক ।
আমীন ।