আমাৰ নবী মুহাম্মদ চল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে দাইয়ুছ ব্যক্তিৰ বাবে জান্নাত হাৰাম

কুকুৰৰ ওচৰত কেতিয়াও ভাৱ নহয় যে তাৰ বাচ্চা উলঙ্গ!! কাৰণ কুকুৰ নিজেও উলঙ্গ!! যাৰ ফলত কুকুৰে মান-ইজ্জত আৰু বেহায়াপনা ও বেশ্যা-পনাৰ পার্থক্য নুবুজে!!!
.
– সুন্দৰী প্রতিযোগিতাত অংশ গ্ৰহণ কৰা ৰমণীসকলৰ পিতা-মাতাৰ ওচৰত কেইটামান প্রশ্ন কৰিব বিচাৰিছোঁ-
.
১) যেতিয়া আপোনাৰ ছোৱালীক দেখি কোনোবাই তালি বজায়, অথবা টিকি দিয়ে তেতিয়া গৌৰৱত আপোনাৰ বুকু ভৰি উঠেনে?
.
২) যেতিয়া আপোনাৰ ছোৱালীৰ পিন্ধনত থাকে টাইটফিটিং কাপোৰ (যাৰ মাজেৰ তাইৰ শৰীৰৰ প্রতিটো অঙ্গ-প্ৰত্যঙ্গৰ আকাৰ ফুটি উঠে) আপুনিও হাজাৰ দর্শকৰ দৰে তাক উপভোগ কৰে নেকি??
.
৩) যেতিয়া আপোনাৰ ছোৱালীক স্মার্ট বনোৱাৰ নামত ছুটি কাপোৰ পিন্ধোৱা হয়, অসমীয়া-ইংৰাজী মিহলি কথা কবলৈ ধৰে, তেতিয়া আপুনি মিচিকিয়াই হাঁহেনে??
.
৪) যেতিয়া আপোনাৰ ছোৱালীয়ে এচ এম এচ ৰ কাৰণে সকলোৰে ওচৰত কাকূতি-মিনতি কৰে¸ তেতিয়া সকলোৰে ওচৰত এচ এম এচ ভিক্ষা খোজা উচিত বুলি আপোনাৰ মনত ভাৱ হয়নে??
.
৫) আপুনি নিশ্চয় আপোনাৰ ছোৱালীক ‘মা’ বুলি মাতে, আপোনাৰ ‘মা’ক হাজাৰ হাজাৰ মানুহৰ মাজত উন্মুক্ত কৰিবলৈ আপোনাৰ বিবেকে অলপো বাধা নিদিয়েনে????
_____________
…. এই যে মুৰব্বী! আপোনাকেই কৈছোঁ! ১৪৫০ বছৰ পূর্বে আমাৰ নবী মুহাম্মদ চল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে দাইয়ুছ ব্যক্তিৰ বাবে জান্নাত হাৰাম।

Leave a comment