এটি হুদহুদ চৰাই এটা জাতিৰ
ইছলাম গ্রহণৰ কাৰণ আছিল।
——- [ছূৰা,নামলঃ-২০-৪৪]
→ এটি পৰুৱাই এটা সৈন্য
বাহিনীৰ যাত্রাপথক
পৰিৱর্তন কৰি
দিছিল।
——- [ছূৰা,নামলঃ-১৮-১৯]
→ এটি কাউৰীয়ে আদম
সন্তানক শিকাইছে
কেনেকৈ মৃতকক
দাফন কৰিব
লাগে।
——- [ছূৰা,মায়েদাঃ-৩১]
→ এটি মাছে এগৰাকী
নবীক নিজৰ পেটত
আশ্রয় দিছিল।
—— [ছূৰা,চাফফাতঃ-১৪২]
→ হাতীয়ে আল্লাহৰ
ঘৰ কা’বা ভাঙিবলৈ
অস্বীকাৰ কৰিছিল।
——- [ছূৰা,ফীল]
→মানুহে চিন্তা নকৰিব
নেকি?
শিক্ষা গ্রহণ নকৰিব
নেকি?
আকাশ ও পৃথিৱীত
যিবোৰ আছে
সকলোৱে কেৱল
আল্লাহৰ ইবাদত
কৰে।
—— [ছূৰা,বানী ইস্ৰাঈলঃ-৪৪]
ইছলাম গ্রহণৰ কাৰণ আছিল।
——- [ছূৰা,নামলঃ-২০-৪৪]
→ এটি পৰুৱাই এটা সৈন্য
বাহিনীৰ যাত্রাপথক
পৰিৱর্তন কৰি
দিছিল।
——- [ছূৰা,নামলঃ-১৮-১৯]
→ এটি কাউৰীয়ে আদম
সন্তানক শিকাইছে
কেনেকৈ মৃতকক
দাফন কৰিব
লাগে।
——- [ছূৰা,মায়েদাঃ-৩১]
→ এটি মাছে এগৰাকী
নবীক নিজৰ পেটত
আশ্রয় দিছিল।
—— [ছূৰা,চাফফাতঃ-১৪২]
→ হাতীয়ে আল্লাহৰ
ঘৰ কা’বা ভাঙিবলৈ
অস্বীকাৰ কৰিছিল।
——- [ছূৰা,ফীল]
→মানুহে চিন্তা নকৰিব
নেকি?
শিক্ষা গ্রহণ নকৰিব
নেকি?
আকাশ ও পৃথিৱীত
যিবোৰ আছে
সকলোৱে কেৱল
আল্লাহৰ ইবাদত
কৰে।
—— [ছূৰা,বানী ইস্ৰাঈলঃ-৪৪]
✍ … Jubair Rahman