অধিকাংশ কোনো দলীল নহয়

#অধিকাংশ_কোনো_দলিল_নহয়ঃ
➲অধিকাংশ লোকেই বেনামাজি,,

➲অধিকাংশ লোকেই মিলাদ পড়ে,,

➲অধিকাংশ লোকেই মাজহাব মানি চলে,,

➲অধিকাংশ লোকেই পীৰ ভক্ত,,

➲অধিকাংশ লোকেই চল্লিশা কৰে,,

➲অধিকাংশ লোকেই ইলিয়াছী তবলিগ জামাতক
পছন্দ কৰে,,

➲অধিকাংশ লোকেই ফৰজ নামাজত ইমামৰ লগত ছুৰা ফাতিহা নপঢ়ে,,

➲অধিকাংশ লোকেই মাজাৰত যায়,,

অধিকাংশ লোকেই বিভিন্ন তৰিকা অনুসৰণ  কৰে,,,

➲অধিকাংশ লোকেই নিচাষক্ত দ্রব্য পান কৰে,,

➲অধিকাংশ লোকেই  টাখনুৰ তলত প্যান্ট পিন্ধে ,,

➲অধিকাংশ লোকেই নামাজৰ পিছত  সম্মিলিত মুনাযাত কৰে ,,,

————– #এইটোৱেই_বাস্তৱীকতা !!!

          ★★★★★★★★★★★★★★

#অধিকাংশৰ_বিষয়ে _আল্লাহে_কি_কৈছে_চাওঁক ►

■►“অধিকাংশ মানুহ প্রকৃত বিষয় সম্পর্কে অবগত
নহয় ়” [ছুৰা ইউসুফ : ৬৮]

■►“অধিকাংশই নির্বোধ” [ছুৰা মায়িদাহ ১০৩]

■►“অধিকাংশ লোকেই অবগত নহয়” [ছুৰা আনআম :৩৭]

■►“অধিকাংশই অজ্ঞ” [ছুৰা আনআম : ১১১]

■►“অধিকাংশই নাজানে” [ছুৰা আৰাফ : ১৩১]

■►“আৰু তুমি যিমানেই আকাংক্ষা নকৰা কিয়, অধিকাংশ মানুহেই ঈমান পোষণ নকৰিব।
[ছুৰা ইউছুফ :১০৩]

✍✍✍  বাছেদ আলী 

Leave a comment