হানাফি মাযহাব প্ৰকৃততে সত্যৰ পথত আছেনে? যদি আছে তেনেহ’লে তাক মানাটো ফৰজ হ’ল কেনেকৈ?
Posted by IslamQABanglহানাফি মাযহাব প্ৰকৃততে সত্যৰ পথত আছেনে? যদি আছে তেনেহ’লে তাক মানাটো ফৰজ হ’ল কেনেকৈ?
Posted by IslamQABangla
সকলো প্রশংসা একমাত্ৰ আল্লাহৰ কাৰণে।
যিসকলে কয় মাযহাব মানা ফৰজ, তেওঁলোকে আল্লাহ্ আৰু তেওঁৰ ৰাছূল চাল্লাল্লাহু আলাইহি ৱাছাল্লাম সম্পর্কে মিছা কথা কয়। মাযহাব মানা ফৰজ এই কথা কুৰআনত আছে, নে কোনো হাদীছত! সেয়ে যিসকলে কয় মাযহাব মানা ফৰজ তেওঁলোকে আল্লাহ্ৰ কিতাব আৰু তেওঁৰ ৰাছূল চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ হাদীছ অস্বীকাৰ কৰিলে আৰু মিছা ক’লে যে মাযহাব মানা ফৰজ। যিসকলে এনেকুৱা বিশ্বাস কৰিব তেওঁলোক পথভ্রষ্ট আৰু জাহান্নামী। কাৰণ তেওঁলোকে অন্ধভাৱে মাযহাব মানাৰ মাধ্যমত, একাধিক ছহীহ হাদীছক অস্বীকাৰ কৰে। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ছহীহ হাদীছ অস্বীকাৰ কৰা হৈছে ইছলাম ভঙ্গকাৰী বিষয়, যাৰ পৰিণাম চিৰকাল জাহান্নাম।
যদি মাযহাব মানা ফৰজ হয়¸ তেনেহ’লে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে তেওঁৰ জীৱনৰ কোনো এটা সময়ত বা বিদায় হজ্জৰ সময়ত তাক কৈ গ’লহেঁতেন।
কিন্তু ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, “তোমালোকে মোৰ ছুন্নাত আৰু মোৰ পিছৰ হিদায়াতপ্রাপ্ত খুলাফায়ে ৰাশ্বিদাৰ (৪ খলিফাৰ) ছুন্নাতৰ অনুসৰণ কৰিবা আৰু তাক দৃঢ়ভাৱে খামুচি ধৰিবা আৰু তোমালোকে দ্বীনৰ বিষয়ত নৱ আৱিষ্কৃত বিষয়ৰ পৰা সাৱধান থাকিব। কাৰণ প্রতিটি নৱ আবিষ্কৃত বিষয়েই বিদয়াত আৰু প্রতিটি বিদআতেই গোমৰাহী বা পথভ্ৰষ্টতা…[আবু দাউদ]
ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে¸ তেওৰঁ ছুন্নাহ্ আৰু চাহাবীসকলৰ ছুন্নাহৰ অনুসৰণ কৰিবলৈ, কোনো আলিমৰ অনুসৰণ কৰিবলৈ কোৱা নাই। কোনো আলিমৰ অন্ধ অনুসৰণ কৰা উচিত নে? নিশ্চয় উচিত নহয়।
হানাফি মাযহাবত ছালাতৰ মাছালাত বহুত ভুল আছে আৰু যিবোৰ ছহীহ হাদীছৰ পৰিপন্থী।
যেনে- তলৰ বিষয়সমূহ কোনো ছহীহ হাদীছত নাই:
১. নিয়ত পঢ়া।
২. ছালাতত ভুল হ’লে “আল্লাহু আকবৰ” কোৱা।
৩. বিতৰ ছালাতৰ কুনুতৰ পূর্বে তাকবীৰ কোৱা।
৪. জায়নামাযৰ দোৱ়া…ইত্যাদি
অন্যান্য ভুলসমূহ হৈছে:
১. মিলাদ পঢ়া (বিদাআত আৰু শ্বিৰ্ক)
২. তাবীজ ব্যৱহাৰ কৰা (শ্বিৰ্ক)
৩. জর্দা খোৱা (হাৰাম)
৪. ধুমপান (হাৰাম)
৫. সন্মিলিত মোনাযাত (বিদাআত, ছালাতৰ পিছত বা ওৱাজ মাহফিল)…ইত্যাদি
যিসকলে অন্ধভাৱে হানাফি ফিক্কাহ অনুসৰণ কৰে তেওঁলোকে কয় জর্দা খোৱা হাৰাম নহয়, কাৰণ সেইটো তেওঁলোকৰ মাছালাত নাই।
কিন্তু তেওঁলোকে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ এই হাদীছ নামানে:
য’ত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: যদি কোনো বস্তুৰ বেছি পৰিমাণে নিচা সৃষ্টি কৰে, তেনেহ’লে তাৰ কম পৰিমাণো হাৰাম…[তিৰমিযী]
জর্দাই মানুহৰ নিচাৰ সৃষ্টি কৰে, তেনেহ’লে জৰ্দা হাৰাম নহয় নেকি? নিশ্চয় হাৰাম। হাৰাম কিবা ভক্ষণ কৰিলে ইবাদত কবুল নহব। যিসকল ব্যক্তিয়ে জর্দা খাই তেওঁলোকৰ ছালাত কবুল নহব আৰু যিসকল ইমামে জর্দা খাই তেওঁলোকৰ পিছত ছালাত আদায় কৰিলে সি কবুল নহব।
আমি ইমাম আবু হানিফাৰ মাযহাব মানো, ইমাম শ্বাফেয়ীৰ মাযহাব মানো, ইমাম মালিক, ইমাম হাম্বলৰ মাযহাব মানো। কিন্তু মাযহাব মানা ফৰয বুলি তেওঁলোকৰ অন্ধ অনুসৰণ নকৰোঁ। তেওঁলোকৰ মতে যি ছহীহ হাদীছৰ অনুকূলত তাক মানো আৰু যি প্রতিকূলত তাক বর্জন কৰোঁ। এই হৈছে আহলে ছুন্নাহ্ওৱাল জামাতৰ আক্কিদা।
গতিকে হানাফি মাযহাব সত্যৰ পথত নাই বা এককভাৱে কোনো মাযহাবই সত্যৰ পথত নাই। সেয়ে এনেধৰণে মাযহাব মানা নিষিদ্ধ।
জীৱন গঢ়িব লাগিব ছহীহ হাদীছ অনুসাৰে, মাযহাব অনুসাৰে নহয়।
আল্লাহে যেন আমাক বুজাৰ তৌফিক দান কৰে।a

আল্লাহে যেন আমাক বুজাৰ তৌফিক দান কৰে।