🔴সাৱধান🔴 আপোনাৰ মাজত এনে কোনো স্বভাৱ আছে নেকি যিটোৱে আপোনাক মুনাফিক বনাই দিয়ে ???
যদি আছে তেন্তে আজিয়েই ত্যাগ কৰক । কিয়নো মুনাফিক সকলৰ কথা আল্লহে কোৰআন ত কৈছে যে إِنَّ الْمُنَافِقِينَ فِي الدَّرْكِ الْأَسْفَلِ مِنَ النَّارِ وَلَن تَجِدَ لَهُمْ نَصِيرًا
” নিশ্চয় মুনাফিকসকল জাহান্নামৰ সৰ্বনিম্ন স্তানত থাকিব আৰু তোমালোকে সিহঁতৰ সহায়কাৰী হিচাপে কেতিয়াও কাকো নাপাবা ” ( ছূৰা নিছা ১৪৫)

চহিহ মুছলিম ৰ ১১৪ নং হাদিছ�
মুনাফিকৰ স্বভাবৰ বর্ণনা
☞☞☞ আবূ বকৰ ইবনু আবূ শ্বয়বা , ইবনু নুনায়ৰ আৰু যুহায়ৰ ইবনু হাৰব (ৰহ:) আবদুল্লাহ ইবনু আমৰ (ৰা:) য়ে বর্ণনা কৰিছে যে, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে কৈছে : চাৰিটা স্বভাব যাৰ মাজত আছে সি সত্যিকাৰেই মুনাফিক; যাৰ মাজত উক্ত চাৰিটাৰ এটাও থাকে সি সেইটো এৰি নিদিয়া পর্যন্ত তাৰ মাজত মুনাফিকীৰ এটা স্বভাব থাকি যায় । (১)সি কথা কলে মিছা কয় , (২) চুক্তি কৰিলে সেইটো ভংগ কৰে , (৩) প্ৰতিজ্ঞা (ওয়াদা) কৰিলে খিলাফ কৰে বা ভংগ কৰে (৪) কাজিয়া কৰিলে কুটূক্তি কৰে ।☜☜☜☜