প্ৰাণীৰ ছবি মূৰ্ত্তি ঘৰত স্থাপন কৰা বৈধ নে?

প্রাণীৰ ছবি আৰু  মূর্তি কেবল সৌন্দর্য বর্ধনৰ বাবে   ঘৰত  স্থাপন কৰা  বৈধ নে ?

ছবি আৰু  মূর্তিত যিহেতু পৌত্তলিকতা আছে, গতিকে সেইটো ঘৰত বা ৰাস্তাৰ মোড়ত  স্থাপন কৰা  বৈধ নহয়। মূর্তিৰ পৰাই  পৃথিবীৰ  ইতিহাসত প্রথম মূর্তিপূজা আৰম্ভ হৈছে  নূহ (আঃ) ৰ  যুগত । গতিকে  ইসলাম মূর্তি আৰু  মূর্তিপূজাৰ  ঘোৰ  বিৰোধী। সেইকাৰণে  চৰিয়তৰ  নির্দেশ হ’ল, “ কোনো  (বিচৰণশীল প্রাণীৰ)  ছবি বা মূর্তি দেখিলেই সেইটো  নিশ্চিহ্নকৰি দিব আৰু  কোন ওখ কবৰ দেখিলে সেইটো  সমান কৰি দিব  ।” (মুছলিম ৯৬৯ নং )

ৰাছুলুল্লাহ  (ছা:) য়ে কৈছে , “ কিয়ামতৰ   দিন ছবি বা মূর্তি নির্মাতাসকলৰ  সর্বাধিক কঠিন শাস্তি হব” (বুখাৰী  ৫৯৫০, মুছলিম ২১০৯) ।

সেই ঘৰত  (ৰহমতৰ )  ফিৰিস্তা   প্রবেশ নকৰে , যি ঘঘৰত  কুকুৰ  থাকে আৰু  সেই ঘৰতো  নহয়, যি ঘৰত  ছবি ও মূর্তি থাকে। (বুখাৰী  ও মুছলিম ) 

Leave a comment