প্ৰশ্ন :- ইছলাম ধৰ্মৰ পৱিত্ৰ কুৰআন আৰু সাদিছে অ- মুছলিম সকলৰ লগত কেনেকুৱা আচৰণ কৰিবলৈ কয় ? যদি ভাল আচৰণ কৰিবলৈ কয় তেন্তে এই ধাৰণাৰ মূল ভেটি কিহৰ ওপৰত প্ৰতিষ্ঠিত ?

প্ৰশ্ন :- ইছলাম ধৰ্মৰ পৱিত্ৰ কুৰআন আৰু
সাদিছে অ- মুছলিম সকলৰ লগত
কেনেকুৱা আচৰণ কৰিবলৈ কয় ? যদি
ভাল আচৰণ কৰিবলৈ কয় তেন্তে এই
ধাৰণাৰ মূল ভেটি কিহৰ ওপৰত
প্ৰতিষ্ঠিত ?
,,
,,
উত্তৰ :- ধৰা হল H, M আৰু C তিনিজন
ভিন্ন ভিন্ন বিশ্বাসৰ বা ধৰ্মৰ মানুহ
এতিয়া মানুহ কেইজনৰ মাজত কিবা
যুক্তি বা ভেটি ৰ দ্বাৰা বন্ধুত্ব গঢ়ি
তুলিব লাগে । এতিয়া এই বন্ধুত্বৰ
ভেটি দুটা সম্ভৱ যুক্তি বা ভেটিৰ
ওপৰত ভিত্তি কৰি গঢ়ি উঠিব পাৰে
সেইকেইটা হল —
,,
1 ) H , M আৰু C এইটো বিশ্বাস কৰা যে
*” সকলো ধৰ্ম একেই ঈশ্বৰৰ দ্বাৰা
সৃষ্টি বা সকলো ধৰ্ম একেই “
গতিকে
সকলোৱে বন্ধুত্বপূৰ্ণ ভাৱে থাকিব
লাগে
,,
2) H , M আৰু C এইটো বিশ্বাস কৰা
” সকলো ধৰ্ম একেই নহলেও আমি
সকলোৱেই মানুহ আৰু আমি মানুহ
হিচাপে এজনে আন এজনক নিজৰ
নিজৰ বেক্তিগত ধৰ্ম পালন কৰিবলৈ
জোৰ – জবৰদস্থি নকৰোঁ । প্ৰত্যেক
জনাই নিজৰ নিজৰ বেক্তিগত
বিশ্বাস পালন কৰিব পাৰিব । কোনো
এজন বেক্তিয়েই আন এজন বেক্তিয়ে
বিশ্বাস কৰা ঈশ্বৰ / God / আল্লাহক
গালি – শপনি নিদিব । তেওঁলোকৰ
মাজত কোনো বিষয় লৈ যদি
মতানক্যৰ সৃষ্টি হয় তেন্তে সদুপদেশৰ
দ্বাৰা যুক্তি তৰ্ক ৰ মাধ্যমত সেইটো
সমাধান কৰিব । আৰু তেওঁলোকে
এজনে আন এজনক তেওঁলোকৰ
বেক্তিগত বিশ্বাস ভিন্ন ভিন্ন
হোৱাৰ কাৰণে কোনো ধৰণৰ
অৰ্থনৈতিক , ৰাজনৈতিক শোষণ বা
নিৰ্জাতন নকৰিব ইত্যাদি
,,
মন কৰিব লগীয়া বিষয় ইছলাম ধৰ্মৰ
ধৰ্মীয় বিশ্বাস ওপৰত উল্লেখ প্ৰথম
যুক্তিক সমৰ্থন নকৰে অৰ্থাৎ

* “সকলো ধৰ্ম একেই ঈশ্বৰৰ দ্বাৰা
সৃষ্টি
বা সকলো ধৰ্ম একেই “
এই যুক্তি
সমৰ্থন নকৰে কিয়নো এই যুক্তিৰ মূল
বিশ্বাস গাণিতিক যুক্তি দ্বাৰা
গ্ৰহণ যোগ্য নহয়
গাণিতিক যুক্তি হল —
,,
” কেইবাটাও সিদ্ধান্ত যদি
পাৰস্পৰিক বিপৰীত থাকে তেন্তে
সিদ্ধান্ত বোৰৰ হয় আটাইবোৰ অসত্য
নাইবা কেবল আৰু কেৱল এটা
সিদ্ধান্ত হে সত্য “
,,
,,
উদাহৰণস্বৰূপে কব
পাৰি কোনো এজন শিক্ষকে তেওঁৰ
শ্ৰেণীৰ তিনি ছাত্ৰ A ,B আৰু C ক
যদি প্ৰশ্ন কৰে কোৱাচোন 1 +1 =
কিমান ?
আৰু এই প্ৰশ্নৰ উত্তৰত যদি ছাত্ৰ A ই
এইটো সিদ্ধান্ত দিয়ে 1+1 =1 আৰু
ছাত্ৰ B য়ে যদি কয় 1+1=2 একেদৰে
ছাত্ৰ C যদি কয় 1+1=3
এই ক্ষেত্ৰত আমি লক্ষ্য কৰিলোঁ
ছাত্ৰ A ,B আৰু C সিদ্ধান্ত পাৰস্পৰিক
বিপৰীত গতিকে আমি কব নোৱাৰোঁ
ছাত্ৰ A ,B আৰু C সিদ্ধান্ত একেলগে
সত্য হব পাৰে এইক্ষেত্ৰত গাণিতিক
যুক্তি হল সম্ভৱ ছাত্ৰ A,B আৰু C তিনি
জনৰ সিদ্ধান্ত অসত্য নাইবা কেৱল
আৰু কেৱল এটা ছাত্ৰৰ সিদ্ধান্ত হে
সত্য
এই কাৰণে ইছলাম ধৰ্মই প্ৰথম যুক্তি
গ্ৰহণ নকৰে কিন্তু দ্বিতীয় যুক্তি
গ্ৰহণ কৰে দ্বিতীয় যুক্তি হল —- * 2) H
, M আৰু C এইটো বিশ্বাস কৰা
” সকলো ধৰ্ম একেই নহলেও আমি
সকলোৱেই মানুহ আৰু আমি মানুহ
হিচাপে এজনে আন এজনক নিজৰ
নিজৰ বেক্তিগত ধৰ্ম পালন কৰিবলৈ
জোৰ – জবৰদস্থি নকৰোঁ । প্ৰত্যেক
জনাই নিজৰ নিজৰ বেক্তিগত
বিশ্বাস পালন কৰিব পাৰিব । কোনো
এজন বেক্তিয়েই আন এজন বেক্তিয়ে
বিশ্বাস কৰা ঈশ্বৰ / God / আল্লাহক
গালি – শপনি নিদিব । তেওঁলোকৰ
মাজত কোনো বিষয় লৈ যদি
মতানক্যৰ সৃষ্টি হয় তেন্তে সদুপদেশৰ
দ্বাৰা যুক্তি তৰ্ক ৰ মাধ্যমত সেইটো
সমাধান কৰিব । আৰু তেওঁলোকে
এজনে আন এজনক তেওঁলোকৰ
বেক্তিগত বিশ্বাস ভিন্ন ভিন্ন
হোৱাৰ কাৰণে কোনো ধৰণৰ
অৰ্থনৈতিক , ৰাজনৈতিক শোষণ বা
নিৰ্জাতন নকৰিব ইত্যাদি
এই বিষয়ে কুৰআনত & সাদিছত কোৱা
হৈছে এনেকৈ —– নিশ্চয় ইছলামেই
আল্লাহৰ ওচৰত একমাত্ৰ দ্বীন ( কুৰআন
3:19 ) { কিন্তু } ” দ্বীন গ্ৰহণৰ ক্ষেত্ৰত
কোনো জোৰ – জবৰদস্থি নাই ( কুৰআন
2:256 ) ” তোমালোকৰ দ্বীন
তোমালোকৰ বাবে আৰু মোৰ দ্বীন
মোৰ বাবে ( কুৰআন 109:6 ) ” আল্লাহৰ
বাহিৰে সিহঁতে যিবোৰক আহ্বান
কৰে সেইবোৰক তোমালোকে গালি –
শপনি নাপাৰিবা । কয়নো সিহঁতে
সীমালংঘন কৰি অজ্ঞানতাবশত:
আল্লাহকো গালি দিব ” ( কুৰআন
6:108 ) ” তুমি তোমালোকৰ
প্ৰতিপালকৰ পথত মানুহক আহ্বান কৰা
হিকমত আৰু সদুপদেশৰ দ্বাৰা আৰু
সিহঁতৰ লগত উত্তম পন্থাত তৰ্ক কৰিবা
( কুৰআন 16:125 ) ” তথাপিও যদি
সিহঁতে মুখ ঘুৰাই লয় তেনেহলে
তোমালোকে কোৱা ” তোমালোকে
সাক্ষী থাকা যে নিশ্চয় আমি মুছলিম
( কুৰআন 3:64 ) ৰাছূলুল্লাহ(ছাঃ) য়ে
কৈছেঃ সাবধান! যি
ব্যক্তি কোনও
মুয়াহিদৰ (মুয়াহিদঃ মুছলিম ৰাষ্ট্ৰত
ন্যায়সঙ্গতভাবে
বসবাস কৰা অমুছলিম)
উপৰত অত্যাচাৰ কৰিব
অথবা তাৰ কোনো
অধিকাৰ উলংঘা কৰিব
অথবা তাক অসহনীয়
যন্ত্ৰণা দিব অথবা
তাৰ অনুমতি অবিহনে
তাৰ কোনো কিবা লৈ
ল’ব, সি জানি ৰাখক
যে বিচাৰ দিবসত মই
তাৰ (অত্যাচাৰী
ব্যক্তিৰ) বিৰুদ্ধে যুদ্ধ কৰিম। – (আল্
হাদিছ্)
(চুনান আবু দাউদ,
ভলিউম ৩, হাদিছ ৩০৫২)

✍✍.. Sadda Hussain 

Leave a comment