ছয় টা ক্ষেত্রত গিবত কৰা বৈধ:-
১। অত্যাচাৰীৰ অত্যাচাৰ প্রকাশ কৰাৰ কাৰণে।
২। সমাজৰ পৰা অন্যায় দূৰ কৰা আৰু পাপীক সঠিক পথলৈ ওভোতাই অনাৰ বিষয়ত সাহায্য কৰাৰ কাৰণে।
৩। হাদীছৰ চনদ যাচাই কৰা আৰু ফাত্ওৱা জনাৰ কাৰণে।
৪। মুছলিমসকলক বেয়াৰ পৰা সতর্ক কৰা আৰু তেওঁলোকৰ মঙ্গল কামনাৰ ক্ষেত্রত।
৫। পাপাচাৰ আৰু বিদ‘আতত লিপ্ত হ’লে তাক প্রকাশ কৰাৰ ক্ষেত্রত।
৬। প্রসিদ্ধ নাম ধৰি পৰিচয় দিয়াৰ ক্ষেত্রত।
(নববী, রিয়াযুছ ছালেহীন, ২৫৬ অনুচ্ছেদ, পৃঃ ৫৭৫)।