সূর্যোদয়, মধ্যাহ্ন ও সূর্যাস্তকালত ছালাত আৰম্ভ কৰা সিদ্ধ নহয়। [138]
অনুৰূপভাৱে আছৰৰ ছালাতৰ পিছৰ পৰা সূর্যাস্ত পর্যন্ত আৰু ফজৰৰ ছালাতৰ পিছৰ পৰা সূর্যোদয় পর্যন্ত কোনো ছালাত নাই’। [139]
কিন্তু এই সময়ত ক্বাযা ছালাত আদায় কৰা জায়েয আছে। [140]
বিভিন্ন হাদীছৰ আলোকত বহু বিদ্বানে নিষিদ্ধ সময়বোৰত ‘কাৰণবিশিষ্ট’ ছালাতসমূহ আদায় কৰা জায়েয বুলি কৈছে। যেনে- তাহিইয়াতুল মাছজিদ, তাহিইয়াতুল অজু, সূর্য গ্রহণৰ ছালাত, জানাযাৰ ছালাত ইত্যাদি। [141]
জুম‘আৰ ছালাত ঠিক দুপৰীয়া সময়ত পঢ়া জায়েয আছে। [142]
একেদৰে কা‘বাগৃহত দিবাৰাত্রি সকলো সময়তে ছালাত ও ত্বাওৱাফ কৰা জায়েয আছে। [143]
।
।
[138] . মুত্তাফাক্ব ‘আলাইহ, মুছলিম, মিশকাত হা/১০৩৯-৪০ ‘নিষিদ্ধ সময়’ অনুচ্ছেদ-২২; ফিক্বহুছ ছুন্নাহ ১/৮১-৮৩ পৃঃ।
[139] . মুত্তাফাক্ব ‘আলাইহ, মিশকাত হা/১০৪১, ‘নিষিদ্ধ সময়’ অনুচ্ছেদ-২২।
[140] . মুত্তাফাক্ব ‘আলাইহ, মিশকাত হা/১০৪৩; ছহীহ ইবনু খুযায়মা হা/১২৭৭।
[141] . ফিক্বহুছ ছুন্নাহ ১/৮২ পৃঃ।
[142] . তুহফাতুল আহওৱাযী শ্বৰহ তিৰমিযী, দ্রষ্টব্য: হা/১৮৩-ৰ ব্যাখ্যা, ১/৫৪১ পৃঃ ; ফিক্বহুছ ছুন্নাহ ১/৮২ পৃঃ।
[143] . নাছাঈ, আবুদাঊদ, তিৰমিযী, মিশকাত হা/ ১০৪৫, ‘নিষিদ্ধ সময়’ অনুচ্ছেদ-২২।