গণতন্ত্ৰ আৰু ইছলাম

💢 ইছলামত গণতন্ত্ৰ হাৰাম । গণতন্ত্ৰ এটা কুফুৰী মতবাদ । 💢
চাওঁক পবিত্ৰ কোৰআনে কি কয় আৰু গনতন্ত্রই কি কয় ⁉
১.আল-কোৰআনঃ “যাবতীয় ক্ষমতা কেৱলমাত্ৰ  আল্লাহৰেই |” [২:১৬৫]
গনতন্ত্রঃ জনগনই সকলো  ক্ষমতাৰ উৎস ।
২. আল- কোৰআনঃ “ বিধান দিয়াৰ ক্ষমতা কেৱল  আল্লাহৰেই।” [১২:৪০]
গনতন্ত্রঃ আইন প্রণয়নৰ  ক্ষমতা জনগন, সংসদ, মন্ত্রী-এমপি এম এল এ ৰ  (মদ, পতিতালয় বৈধও হব পাৰে ) ।
৩. আল- কোৰআনঃ আল্লাহ তাআলা সার্বভৌমত্বৰ  মালিক। [৩:২৬]
গনতন্ত্রঃ সার্বভৌমত্বৰ  মালিক জনগন।
৪. আল- কোৰআনঃ “(হে নবী) আৰু যদি তুমি পৃথিৱীৰ অধিকাংশ লোকৰ কথা মতে চলা , তেন্তে সিহঁতে তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুৎ কৰিব|” [৬:১১৬]
গনতন্ত্রঃ অধিকাংশৰ ৰায়  চুড়ান্ত সিদ্ধান্ত।
৫ আল- কোৰআনঃ “আল্লা’হ তা’আলাই ব্যৱসায় বানিজ্যক হালাল কৰিছে আৰু সুতক হাৰাম কৰিছে । ” [২:২৭৫]
গনতন্ত্রঃ গণতন্ত্রই  সূদভিত্তিক অর্থনীতি প্রতিষ্ঠা কৰে ।
৬.আল- কোৰআনঃ ব্যভিচাৰ শাস্তিযোগ্য অপৰাধ । [২৪:২]
গনতন্ত্রঃ সংসদে  পতিতালয়ৰ (যিনা) লাইচেন্চ দিয়ে ।
৭. আল- কোৰআনঃ সৎকর্ম আৰু ত্বাকৱাৰ ক্ষেত্ৰত তোমালোকে পৰস্পৰক সহায় সহযোগিতা কৰিবা আৰু পাপকৰ্ম আৰু সীমালংঘনত এজনে আনজনক সহায় – সহযোগিতা নকৰিবা । [৫:২]
গনতন্ত্রঃ অধিকাংশ ক্ষেত্রত  প্রার্থী নিজৰ  সুনাম আৰু  প্রতিদ্বন্দ্বীৰ  বদনাম কৰি ফুৰে ।
৮. আল- কোৰআনঃ মদ, জুৱা , লটাৰী  নিষিদ্ধ। [৫:৯০]
গনতন্ত্রঃ মদৰ  লাইচেন্চ দিয়ে । জুৱা , লটাৰী  বৈধ।

তেনেহলে কেনেকৈ এই গনতন্ত্রক আপুনি সমর্থন কৰিব পাৰে যিটো  কুফৰী  মতবাদ ⁉
আজি এই গনতন্ত্রৰ  কুফলত  আপুনি নিজেও  নিষ্পেশিত হৈছে , দেশ  ছাৰখাৰ হৈছে  … তাৰপিছতো কি হাৰাম  গনতন্ত্রৰ পিছতেই দৌৰি থাকিব নেকি ⁉

Leave a comment