কোনো মুছল্লীয়ে যদি জুম‘আৰ ছালাতৰ শেষ মুহূর্তত আহি উপস্থিত হয়, তেনেহ’লে তেওঁ কেনেদৰে ছালাত✔#প্রশ্ন : #কোনো মুছল্লীয়ে যদি জুম‘আৰ ছালাতৰ শেষ মুহূর্তত আহি উপস্থিত হয়, তেনেহ’লে তেওঁ কেনেদৰে ছালাত আদায় কৰিব?

✔#প্রশ্ন : #কোনো মুছল্লীয়ে যদি জুম‘আৰ ছালাতৰ শেষ মুহূর্তত আহি উপস্থিত হয়, তেনেহ’লে তেওঁ কেনেদৰে ছালাত✔#প্রশ্ন : #কোনো মুছল্লীয়ে যদি জুম‘আৰ ছালাতৰ শেষ মুহূর্তত আহি উপস্থিত হয়, তেনেহ’লে তেওঁ কেনেদৰে ছালাত আদায় কৰিব?
———————————————————————-
✔#উত্তৰ : #যদি শেষ ৰাক‘আতত ৰুকূ পাই তেনেহ’লে জুম‘আৰ জামা‘আত পালে। ইমামে ছালাম ফিৰোৱাৰ পিছত থিয় হৈ বাকী ছালাত পঢ়ি লব। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, কোনোবাই যদি জুম‘আৰ ছালাতত এক ৰাক‘আত পাই তেনেহ’লে সি যেন ছালাত পালে। (মুত্তাফাক্ব আলাইহ, মিশকাত হা/১৪১২)।
আৰু যদি ৰুকূ নাপায়¸ তেনেহ’লে সি জু‘আমাৰ ছালাত নাপালে। তেতিয়া সি যোহৰৰ চাৰি ৰাক‘আত ছালাত আদায় কৰিব লাগিব। (বায়হাক্বী ৩/২০৪ পৃঃ; ইৰওৱা ৩/৮২ পৃঃ)।
অর্থাৎ সি জুম‘আৰ নিয়তত ছালাতত যোগদান কৰিব আৰু যোহৰৰ চাৰি ৰাক‘আত আদায় কৰিব। মনত ৰখা আৱশ্যক যে, ৰুকূৰ আগত তেওঁ ছূৰা ফাতিহা পাঠ কৰিব লাগিব। কিয়নো ছূৰা ফাতিহা ব্যতীত ছালাত নহয়। (মুত্তাফাক্ব আলাইহ, মিশকাত হা/৮২২) ।
‪#‎আত‬-তাহৰীক: 2012,জানুৱাৰী। আদায় কৰিব?

‪#‎আত‬-তাহৰীক: 2012,জানুৱাৰী।

Leave a comment