কিয়ামতৰ আলামত!!!
→দেখা নাই কোনো হিন্দু ৰমণীক
কুৰআন তিলাওৱাতত মচগুল!
→দেখিছোঁ বহুতো মুছলিম ৰমণীক
পূজাত দিয়ে ফুল।
→দেখা নাই কোনো হিন্দু যুৱকক
ওৱাজ শুনা মছজিদত!
→দেখিছোঁ বহুতো মুছলিম যুৱকক
পূজা চাবলৈ যায় মন্দিৰত।
→দেখা নাই কোনো হিন্দু ৰমণীক
হিজাব পিন্ধি চলাফিৰা কৰে!
→দেখিছোঁ বহুতো মুছলিম ৰমণীক
হিন্দু ৰীতিৰ নীড়ে।
→কি হ’ল? হে মোৰ মুছলিম ভাই-ভনীসকল!!
→কিয়ইবা তোমাৰ ভিন্ন ধর্ম প্রীতি!!!
→কিয় ভাল নালাগে তোমাৰ
নিজ ধর্মৰ ৰীতি???
নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে,
“যি ব্যক্তিয়ে যি জাতিৰ সাদৃশ্য অৱলম্বন কৰিব, সেই ব্যক্তি সেই জাতিৰেই দলভুক্ত।” ( আবু দাউদ, ত্বাবাৰানীৰ আউচাত্ব , ছহিহুল জামে ৬১৪৯ নং)