কিছুমান সামাজিক নিয়ম যিয়ে আপোনাক সহায় কৰিব পাৰে
1. কাৰােবাক ধাৰাবাহিকভাৱে দুবাৰতকৈ বেছি ফোন নকৰিবা। যদি তেওঁলােকে আপােনাৰ কল উঠোৱা নাই, ধাৰণা কৰক তেওঁলােকে কিবা গুৰুত্বপূর্ণ কামত উপস্থিত আছে।
2. টকা ধাৰলৈ দিয়া মানুহজনে মনত পেলােৱাৰ আগতে তুমি ধাৰলৈ লোৱা টকা ঘূৰাই দিয়া। ই আপােনাৰ সততা আৰু চৰিত্ৰ প্রকাশ কৰে। ছাতি, পেন আৰু লাঞ্চ বক্সৰ ক্ষেত্ৰতাে একেই যায়;
3. কেতিয়াও মেন্যুত দামী খাদ্য অর্ডাৰ নকৰিবা যেতিয়া তােমাক কোনােবাই লাঞ্চ/ডিনাৰ দিব। যদি সম্ভৱ হয় তেনেহ’লে তেওঁলােকৰ পছন্দ মতে খাদ্য অর্ডাৰ কৰিবলৈ কোৱা তােমাৰ বাবে;
4. কেতিয়াও কঠিন প্ৰশ্নবোৰ নুসুধিবা যেনেকৈ ‘অ’ “তাৰমানে তুমি এতিয়ালৈকে বিয়া পতা নাই”? ‘ বা “তােমাৰ সন্তান নাই নেকি” বা ‘ঘৰ কিনা নাই কিয়”? বা “তুমি এখন গাড়ী নিকিনা কিয়”? ঈশ্বৰৰ বাবে এয়া তােমাৰ সমস্যা নহয় |
কিছুমান সামাজিক নিয়ম যিয়ে আপোনাক সহায় কৰিব পাৰে :
5. সদায় তােমাৰ পিছফালে অহা মানুহজনৰ বাবে দুৱাৰ খােলা। ল ৰা হওঁক বা ছােৱালী, চিনিয়ৰ হওঁক বা জুনিয়ৰ হওঁক কোনাে কথা নাই। ৰাজহুৱাকৈ কাৰােবাক ভাল ব্যৱহাৰ কৰিলে তুমি সৰু হৈ নােযােৱা;
6. যদি তুমি বন্ধুৰ সৈতে টেক্সি লােৱা আৰু সি/তাই ভাড়া দিয়ে, পৰৱৰ্তী সময়ত তুমি আগতীয়াকৈ ভাড়া দিবলৈ চেষ্টা কৰিবা;
7. আহাৰৰ সময়ত আপোনাৰ স্মাৰ্টফোন আঁতৰাই ৰাখিবা।
৪. কেতিয়াও মানুহক কথা কোৱাত বাধা নিদিবা । তেওঁলােকক কবলৈ অনুমতি দিয়া। যেনেকৈ কয়, সকলাে শুনা আৰু আৰু তাৰ পাছত ফিল্টাৰ কৰা;
9. যদি আপুনি কাৰােবাক জোকাই, আৰু তেওঁলােকে সেইটো উপভােগ কৰা দেখা নিদীয়ে, তেন্তে জোকোৱা বন্ধ কৰক আৰু কেতিয়াও পুনৰ নকৰিব |
Important Lines
10. ধন্যবাদ” কবা যেতিয়া কোনােবাই তােমাক সহায় কৰে।
11. ৰাজহুৱাকৈ প্রশংসা কৰা। ব্যক্তিগতভাৱে সমালােচনা কৰা।
12. কাৰােবাৰ ওজনত মন্তব্য দিয়াৰ কাৰণ কেতিয়াও নাই। মাত্র কোৱা, “তুমি দেখাত বঢ়িয়া,” যদি তেওঁৱে ওজন কমােৱাৰ কথা কয়, তেনেহলে তেওঁৱে নিজেই কব;
13. যেতিয়া কোনােবাই ফোনত ফটো দেখুৱাই, বাঙঁফালে বা সোঁফালে মোবাইলটো “swipe” নকৰিবা। তুমি কেতিয়াও নাজানা তাৰ পিছত কি আছে;
14. যদি সহকর্মী এজনে কয় যে তেওঁলােকৰ ডাক্তৰৰ ওচৰত এপইন্টমেন্ট আছে, তুমি নুসুধিবা যে “কিহৰ বাবে”?, মাত্র কোৱা” মই আশা কৰোঁ তুমি ঠিকে আছা ” | তেওঁলােকক অসুখী স্থানত নাৰাখিবা,তেওঁলােকৰ ব্যক্তিগত বেমাৰটো তােমাক ক’ব লগা হয়.. যদি তেওঁলােকে তােমাক জনাটো বিচাৰে, তেওঁলােকে নিজে কব তোমাৰ কৌতূহলতাৰ বাহিৰে।
15. চাফা কৰোঁতা জনক একে সন্মানেৰে ব্যৱহাৰৰ কৰা যেনেকৈ আমি এজন CEOক কৰোঁ। তুমি নিজৰ তলৰ কাৰােবাক কিমান অভদ্র আচৰণ কৰিব পাৰা তাক কোনেও প্রভাৱিত নহয় কিন্তু তেওঁক সন্মানেৰে ব্যৱহাৰ কৰিলে সেয়া মানহে লক্ষ্য কৰিব;
16. যদি কোনাে মানুহে তােমাৰ লগত পােনপটীয়াকৈ কথা পাতিছে, তুমি তােমাৰ ফোনৰ ফালে চাই থকাটো অভদ্যামি।
17. কেতিয়াও উপদেশ নিদিবা যেতিয়ালৈকে তােমাক সােধা নাযায়;
18. যেতিয়া কাৰােবাক বহুদিনৰ মূৰত লগ পোৱা, যেতিয়ালৈকে তেওঁলােকে এই বিষয়ে কথা পাতিব নিবিচাৰে, তেওঁলােকৰ বয়স আৰু দৰমহা নুসুধিবা;
19. নিজৰ কামৰ লগত মতলব ৰাখা। অন্যথা তুমি যদি জড়িত নোহোৱা প্ৰত্যক্ষভাৱে।
20. যদি আপুনি ৰাস্তাত কাৰােবাৰ লগত কথা পাতিছে তেন্তে আপােনাৰ চানগ্লাছযােৰ আঁতৰাই লওক, এইটো এটা সন্মানৰ চিন হয়, চকুৰ সংষ্পৰ্শটোও আপােনাৰ বক্তব্যৰ দৰেই গুৰুত্বপূৰ্ণ হয়।
21. দুখীয়াৰ মাজত কেতিয়াও নিজৰ ধনীৰ কথা নকবা। একেদৰে, বন্ধ্যাণৰ মাজতাে নিজৰ সন্তানৰ কথা নকবা।
22. এটা ভাল বার্তা পঢ়াৰ পাছত ”Thanks for the message বুলি ক’বলৈ চেষ্টা কৰিবা।