তাকাব্বালাল্লাহু মিন্না ওৱা মিনকুম
ঈদৰ শুভেচ্ছা বিনিময় কৰক ছুন্নাহ অনুযায়ী, নবী কৰীম চাল্লাল্লাহু আলাইহি অছাল্লামৰ চাহাবীসকলে ঈদৰ দিনা এজনে আনজনক অভ্যর্থনা জনাওঁতে-
“তাকাব্বালাল্লাহু মিন্না ওৱা মিনকুম” বুলি কৈছিল।
*تَقَبَّلَ اللّهُ مِنَّ وَ مِنْكُمْ*
অর্থঃ আল্লাহে আমাৰ আৰু তোমালোকৰ সৎকর্মসমূহ কবুল কৰক।”
— [ফাতহুল বাৰি, অধ্যায়-২, পৃ. ৪৪৬]