ইছলাম যে শান্তিৰ ধৰ্ম তাৰ কেইটামান উদাহৰণ-

ইছলামযে শান্তিৰ ধৰ্ম তাৰ কেইটামান উদাহৰণ-

১/ ইছলামত কোনো জাতিভেদ প্ৰথা নাই = শান্তি

২/ ইছলামত যৌতুক প্ৰথা নিষিদ্ধ  = শান্তি

৩/ ইছলামত কোনো ব্যাঙ্ক ৠণ বা অন্য ৠণত কোনো  সুতৰ ব্যৱস্থা নাই = শান্তি

৪/ ইছলামত ধনী ব্যক্তি সকলে বছৰটোৰ উপাৰ্যনৰ এটা অংশ দুখীয়াক দিয়াটো বাধ্যতামূলক = শান্তি

৫/ ইছলামত কৰ বা আয় ক্ষতিৰ ভিত্তিত লোৱা নহয় ।  ইসলামিক কৰ এটা বছৰ চক্রৰ শেষৰ ফালত আয়ৰ ওপৰত ভিত্তি কৰিহে ধার্য কৰা হয় । = শান্তি

৬/ ইছলামত মহিলাৰ সুৰক্ষাৰ কাৰণে মহিলা সকলক সম্পত্তিৰ অধিকাৰ দি মহিলা সকলক সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ পৰা বচালে = শান্তি

৭/ দাম্পত্যৰ মূল্য (মোহৰ) বিবাহৰ মিলনৰ পূৰ্বে – নাৰীক প্ৰদান কৰা ইছলামত বাধ্যতামূলক । = শান্তি

৮/ ইছলামত বিধবা মহিলাক পুনৰ বিবাহ কৰিবলৈ আৰু কৰাবলৈ অনুমতি দিয়া হৈছে । = শান্তি

৯/ ইছলামত শিশু কন্যা¸ ভ্ৰূন হত্যা আদি নিষিদ্ধ । = শান্তি

১০/ ইছলামত মৃত্যুৰ পিছত মৃতদেহটো কবৰ দিয়া বিধান আছে । যিটোৰ কাৰণে কোনো ধৰণৰ প্ৰদূষণৰ আকাংক্ষা নাথাকে । = শান্তি

ইছলামত আৰু বহুতো শান্তি নিহিত হৈ আছে এইখিনি মাত্ৰ সংক্ষেপ দাঙি ধৰা হ’ল ।

Leave a comment